Mon Uroniya Pokhi

মন উৰণীয়া পখী
সেৰোৱা ঠিকনা বিচাৰি
পাখী মেলো দুৰ নিলিমলে
দিগন্ত সীমনালে
মন উৰণীয়া পখী
আ,,
উৰি উৰি,, উৰি গধুলি
পাওঁ গৈ মই ঠাই যিখনি
তাতে লও কিচু জিৰনি
নিশাটিৰ হ'ও আলহি
নতুন পুৱাই জগাই দিয়ে
সপোনে আকৈ ৰিঙিয়াই মাতে
মন উৰনিয়া পখী
ত,,
আজি যদি সাগৰে
কাইলৈ মাতে মোক পাহাৰে
চহৰৰ কোলাহলে
গাওঁৰ চহা জীৱনে
সাধৰী মাতে মোক মহাকাশে
জা জা বৰি মন
জা জা বৰি মন
জা জা বৰি মন উৰি ফুৰে
মন উৰণীয়া পখী
সেৰোৱা ঠিকনা বিচাৰি
পাখী মেলো দুৰ নিলিমলে
দিগন্ত সীমনালে
মন উৰণীয়া পখী,,
Presented by- Simanta Xnt



Credits
Writer(s): Papon
Lyrics powered by www.musixmatch.com

Link