Nahorore Pate

নাহৰৰে পাতে পাতে.
ই জান... মলয়ায় চুমা দিলে.

নাহৰৰে পাতে পাতে.
ই জান... মলয়ায় চুমা দিলে.
মনে তোমাক বিচাৰে.

ই জান... দিলো মন তোমাকে.
ই জান... ললো মন তোমাৰে.
চেনেহে উঠলি উমলি হৃদয়ত সজালেহি ঘৰ.
বকুলৰ তলে সৰা.
ই জান... কোনে সুৱাস ধালিলে.
মনে তোমাক বিচাৰে.

ই জান... দিলো মন তোমাকে.
ই জান... ললো মন তোমাৰে.
চেনেহে উঠলি উমলি হৃদয়ত সজালেহি ঘৰ.
নাহৰৰে পাতে পাতে.
ই জান... মলয়ায় চুমা দিলে.

নিয়ৰতে তিতি...
লিহিৰি দুৱৰি...
এচেৰেঙা ৰ'দত...
হ'ল মুকুতা মনি...

সেই কুমল ৰ'দলি.
মইয়ো পুৱামে বুলি.
তোমাৰ বুকুৰ উমেৰে.
জীৱন পোহৰাম বুলি.
হেপাহেৰে আছু যে ৰৈ.
বাতে চায় মই মিলনলৈ.
অ মোৰ কলিজা.
মৰম সদায় দিবা.
কাষতে থাকিবা দে.

নাহৰৰে পাতে পাতে.
ই জান... মলয়ায় চুমা দিলে.
মলয়ায় চুমা দিলে.

উষাহে উষাহে.
নিদিবা মোক ধালি.
তোমাৰে সুৰভি.
মন উঠে উকতি.

সৌ আকাশক কৌ.
তুমি মোৰে বুলি.
সৌ বতাহক কৌ.
মই তোমাৰে বুলি.
যদি আহে কেতিয়াবা.
ধুমুহা সোন জীবনলৈ.
অ মোৰ কলিজা.
ভয় নকৰিবা.
ৰাখিম বুকুৰ মাজতে.

নাহৰৰে পাতে পাতে.
ই জান... মলয়ায় চুমা দিলে.
মনে তোমাক বিচাৰে.

ই জান... দিলো মন তোমাকে.
ই জান... ললো মন তোমাৰে.
বুকুৰে পথাৰত মৰমে আহি ধৰিলেহি ধল.
বকুলৰ তলে সৰা.
ই জান... কোনে সুৱাস ধালিলে.
মনে তোমাক বিচাৰে.
মনে তোমাক বিচাৰে.



Credits
Writer(s): Krishnamani Nath
Lyrics powered by www.musixmatch.com

Link