Dukhor Boga

দুখৰ বগা
বগা মোৰ স্মৃতি
নিয়ৰ কেনিবা লুকাল
হিম যেন টান হল পানী

দুখৰ বগা
বগা মোৰ স্মৃতি
নিয়ৰ কেনিবা লুকাল
হিম যেন টান হল পানী

মৰম আহিবনে দুনাই নিগৰি?
মৰম থাকিব সদায় আতৰিহে আতৰি

দুখৰ বগা
বগা মোৰ স্মৃতি
নিয়ৰ কেনিবা লুকাল
হিম যেন টান হল পানী

ডাৱৰ ক'লা ক'লা মোৰ ৰাত্ৰি
ত'ৰাবোৰ কেণিবা লুকাল
থৰ হৈ ৰ'ল নিচুকুৱা হাত
সাৰ পাবনে দুনাই শকতি

ডাৱৰ ক'লা ক'লা মোৰ ৰাত্ৰি
ত'ৰাবোৰ কেণিবা লুকাল
থৰ হৈ ৰ'ল নিচুকুৱা হাত
সাৰ পাবনে দুনাই শকতি

দুখৰ বগা
বগা মোৰ স্মৃতি
নিয়ৰ কেনিবা লুকাল
হিম যেন টান হল পানী

জীৱন ৰঙা ৰঙা মোৰ তেজ
চেতনা কেনিবা হেৰাল
তলৱল মনৰ হাঁহি
ফুলিবনে ফুল আকৌ মৰহী

জীৱন ৰঙা ৰঙা মোৰ তেজ
চেতনা কেনিবা হেৰাল
তলৱল মনৰ হাঁহি
ফুলিবনে ফুল আকৌ মৰহী

দুখৰ বগা
বগা মোৰ স্মৃতি
নিয়ৰ কেনিবা লুকাল
হিম যেন টান হল পানী

মৰম আহিবনে দুনাই নিগৰি?
মৰম থাকিব সদায় আতৰিহে আতৰি

দুখৰ বগা
বগা মোৰ স্মৃতি
নিয়ৰ কেনিবা লুকাল
হিম যেন টান হল পানী



Credits
Writer(s): Binoy Das, Dr. Sankar Kumar Das
Lyrics powered by www.musixmatch.com

Link