Bauli Mur Priya

জোনাকী জোনাকী বাটেৰে, চিনাকী চিনাকী খোজেৰে।
জোনাকী জোনাকী বাটেৰে, চিনাকী চিনাকী খোজেৰে।
তুমি নামি আহা মোৰ আকাশলে, সপোন সিচি দিয়া।
তুমি বিন মোৰ দিন লাগে অৰ্থবিহীন, তুমি জানো বুজা?
বাউলি... মোৰে প্ৰিয়া।
বুকুতে মোৰ, জুমি ৰোৱা
বাউলি... মোৰে প্ৰিয়া।
কি বুলি কম, তাকে ভাবি নোকোৱাকে ৰ'ম।
মৌন ভৰি ৰ'ম, বাৰে বাৰে সামৰি থম।
বলিয়া মৰমে কিয় নুবুজে, শিকলি ছিঙি যায়?
গাৱেঁ গাৱেঁ বাগৰিছে আমাৰ প্ৰেমৰ কথা,
তোমাক হে ক'ব পৰা নাই, সেয়ে বুকুত বেথা।
তুমি নামি আহা মোৰ আকাশলে, সপোন সিচি দিয়া।
তুমি বিন মোৰ দিন লাগে অৰ্থবিহীন, তুমি জানো বুজা?
বাউলি... মোৰে প্ৰিয়া।
বুকুতে মোৰ, তুমি ৰোৱা
অ' বাউলি... মোৰে প্ৰিয়া।
এটি সপোন, তুমি হ'বা মোৰে আপোন।
তোমাৰ বাদে, হিয়াতে থাকিবনো কোন?
সপোনৰ গাড়ীখন চেকুঁৰে প্ৰতিখন, মৰমৰে বাটত।
গাৱেঁ গাৱেঁ বাগৰিছে আমাৰ প্ৰেমৰ কথা,
তোমাক হে ক'ব পৰা নাই, সেয়ে বুকুত বেথা।
তুমি নামি আহা মোৰ আকাশলে, সপোন সিচি দিয়া।
তুমি বিন মোৰ দিন লাগে অৰ্থবিহীন, তুমি জানো বুজা?
বাউলি... মোৰে প্ৰিয়া।
বুকুতে মোৰ তুমি ৰোৱা
অ' বাউলি... মোৰে প্ৰিয়া।



Credits
Writer(s): Rajdweep Pradip Dey
Lyrics powered by www.musixmatch.com

Link