Tumar Mitha Sawni

তোমাৰ মিঠা এই চাৱনি
যেন বৰষাৰ মেঘালী ওৰণি
তোমাৰ মিঠা এই চাৱনি

তুমি যেতিয়া মোৰ হৃদয়ৰ দাপোণত
প্ৰাণ ভৰি চাওঁ মই প্ৰতি লগনত
যেন বৰষাৰ মেঘালী ওৰণি

তোমাৰ মিঠা এই চাৱনি

যেতিয়া ওঁঠত তোমাৰ মিঠা মেঘ ৰাগিণী
হিয়া ভৰি শুনো মই
তাৰেই গুণগুণনি
যেন বৰষাৰ মেঘালী ওৰণি

তোমাৰ মিঠা এই চাৱনি
তোমাৰ মিঠা এই চাৱনি



Credits
Writer(s): Zubeen Garg
Lyrics powered by www.musixmatch.com

Link