Aaina Bhonga Di

আইনা ভঙা দি ভাঙিব হিয়াখনি
লুইতৰে সোঁতে ববগৈ চকুপানী
তুমি এৰি আঁতৰি গ'লে
আইনা ভঙা দি ভাঙিব হিয়াখনি
লুইতৰে সোঁতে ববগৈ চকুপানী
তুমি এৰি আঁতৰি গ'লে
বতৰো নহয় চোন গোমা গোমা
ভালপোৱা কিয় কৰা আধৰুৱা
আইনা ভঙা দি ভাঙিব হিয়াখনি
লুইতৰে সোঁতে ববগৈ চকুপানী
তুমি এৰি আঁতৰি গ'লে
বতৰো নহয় চোন গোমা গোমা
ভালপোৱা কিয় কৰা আধৰুৱা
আইনা ভঙা দি ভাঙিব হিয়াখনি

অমিয়া অমিয়া মাত ওঁঠৰে
সিজে কি অনুপম
লিহিৰি বিৰিণা পাত দেহাটি
সিযে কি অনুপম
সাজোনে কাচোনে জোনটিও নিমিলে
তৰাটিও লাগে কম
অমিয়া অমিয়া মাত ওঁঠৰে
সিজে কি অনুপম
লিহিৰি বিৰিণা পাত দেহাটি
সিযে কি অনুপম
সাজোনে কাচোনে জোনটিও নিমিলে
তৰাটিও লাগে কম
চাই নো চাই নো চাই নো চাই
তোমাক দুচকুতে যেন থাকিম মই
বতৰো নহয় চোন গোমা গোমা
ভালপোৱা কিয় কৰা আধৰুৱা
আইনা ভঙা দি ভাঙিব হিয়াখনি
লুইতৰে সোঁতে ববগৈ চকুপানী
তুমি এৰি আঁতৰি গ'লে
আইনা ভঙা দি ভাঙিব হিয়াখনি
লুইতৰে সোঁতে ববগৈ চকুপানী
তুমি এৰি আঁতৰি গ'লে
বতৰো নহয় চোন গোমা গোমা
ভালপোৱা কিয় কৰা আধৰুৱা

দেৰিকৈ আহিবা
আহি নক'বা যাবৰে হ'ল
বুকুতে অগণি জলাই নক'বা
যাবৰে হ'ল
যিদৰে উঠিছে নামিব সিদৰে
উলাহৰে ঢল
দেৰিকৈ আহিবা
আহি নক'বা যাবৰে হ'ল
বুকুতে অগণি জলাই নক'বা
যাবৰে হ'ল
যিদৰে উঠিছে নামিব সিদৰে
উলাহৰে ঢল
বুকুৰে মৰম যাচিবলে তুমি
দিয়া এপল দুপল
বতৰো নহয় চোন গোমা গোমা
ভালপোৱা কিয় কৰা আধৰুৱা
আইনা ভঙা দি ভাঙিব হিয়াখনি
লুইতৰে সোঁতে ববগৈ চকুপানী
তুমি এৰি আঁতৰি গ'লে
আইনা ভঙা দি ভাঙিব হিয়াখনি
লুইতৰে সোঁতে ববগৈ চকুপানী
তুমি এৰি আঁতৰি গ'লে
বতৰো নহয় চোন গোমা গোমা
ভালপোৱা কিয় কৰা আধৰুৱা
আইনা ভঙা দি ভাঙিব হিয়াখনি
লুইতৰে সোঁতে ববগৈ চকুপানী
তুমি এৰি আঁতৰি গ'লে
বতৰো নহয় চোন গোমা গোমা
ভালপোৱা কিয় কৰা আধৰুৱা



Credits
Writer(s): Zubeen Garg
Lyrics powered by www.musixmatch.com

Link