Mulagabharu

হেংদাং আন ঐ
হেংদাং আন
শুই থকা ঘোঁৰাটোক চেকুৰাই আন
হেংদাং আন ঐ
হেংদাং আন
শুই থকা ঘোঁৰাটোক চেকুৰাই আন
ককালত টঙালি বান্ধ ঐ বান্ধ
বঙালক খেদি ৰাখ দেশৰ মান
শতৰু সুচিয়াৰ
শুনিছনে শুংকাৰ
শুনিছনে শুংকাৰ
শতৰু সুচিয়াৰ
হেংদাং লৈ
ৰণলৈ সাঁজো
(সৌৱা চা_ৰৰ????) চন্দী
মূলা গাভৰু
মূলা গাভৰু
মূলা গাভৰু
শতৰুক খেদি খেদি যায়
মূলা গাভৰু
অ' ৰণলৈ
যোৱা মোৰ বংসৰ দেও
বৈৰী ৰণচালি নেমানিবা হেওঁ
অস্ত্ৰাঘাতত যদি হোৱা আ_কা বোৰ
সাজো আছে তোৰ মূলা গাভৰু
অস্ত্ৰাঘাতত যদি হোৱা আ_কা বোৰ
সাজো আছে তোৰ মূলা গাভৰু
সাজো আছে মূলা গাভৰু
শতৰু সুচিয়াৰ
শুনিছনে শুংকাৰ
শুনিছনে শুংকাৰ
শতৰু সুচিয়াৰ
হেংদাং লৈ
ৰণলৈ সাঁজো
(সৌৱা চা_ৰৰ????) চন্দী
মূলা গাভৰু
মূলা গাভৰু
মূলা গাভৰু
শতৰুক খেদি খেদি যায়
মূলা গাভৰু
মৰণক গচকিহে যায়
মূলা গাভৰু
মূলা গাভৰু
মূলা গাভৰু
মূলা গাভৰু
মূলা গাভৰু
চাও_ফা ঐ
মানিব নোৱাৰোঁ
বিদেশীৰ আদেশ
দাহ হবলৈ সাজু
নহয় স্বদেশ
দাহ হবলৈ সাজু
নহয় স্বদেশ
কলিজাৰ তেজ দিম
জননীৰ বাবে
শত্ৰুক খেদি যাম
সদল বলে
শত্ৰুক খেদি যাম
সদল বলে
ককালত টঙালি বান্ধ ঐ বান্ধ
বঙালক খেদি ৰাখ দেশৰ মান
শতৰু সুচিয়াৰ
শুনিছনে শুংকাৰ
শুনিছনে শুংকাৰ
শতৰু সুচিয়াৰ
হেংদাং লৈ
ৰণলৈ সাঁজো
(সৌৱা চা_ৰৰ????) চন্দী
মূলা গাভৰু
মূলা গাভৰু
মূলা গাভৰু
শতৰুক খেদি খেদি যায়
মূলা গাভৰু
মৰণক গচকিহে যায়
মূলা গাভৰু
মূলা গাভৰু
মূলা গাভৰু
মূলা গাভৰু



Credits
Writer(s): Ajoy Phukan, Abhijit Bhattacharya
Lyrics powered by www.musixmatch.com

Link