Bahadur

জ্বলি জ্বলি এঙাৰ হোৱা
বোকুৰে কোনোবা টুকুৰা
আজিও জীয়াই আছে তোমাৰ স্মৃতি হৈ
সপোনৰে বাটে বাটে গৈ
তোমাৰে পদূলিত ৰলো গৈ
এতিয়াও তোমাৰে মাজতে মোক পাবা ঔ
এই চহৰৰ দেৱালত
আমাৰে কাহিনী লিখিম
তুমি আহা যদি ঘূৰি
অকলে বহি পাতিম
তুমি বিন আজি নতুন পৰিচয় মোৰ
বাহাদুৰ বাহাদুৰ বাহাদুৰ বাহাদুৰ
বাহাদুৰ বাহাদুৰ বাহাদুৰ বাহাদুৰ
জোনাকী ৰাতিবোৰ জানা
আগৰ দৰেই আছে
একেই আছে শৰতৰ বৰষুণ
তোমাৰ মৰমৰ সুবাস
আকাশ ভৰি আছে
উভতি তুমি এবাৰ আহাছোন
এই চহৰৰ দেৱালত
আমাৰে কাহিনী লিখিম
তুমি আহা যদি ঘূৰি
অকলে বহি পাতিম
তুমি বীন আজি নতুন পৰিচয় মোৰ
বাহাদুৰ বাহাদুৰ বাহাদুৰ বাহাদুৰ
বাহাদুৰ বাহাদুৰ বাহাদুৰ বাহাদুৰ
বাহাদুৰ বাহাদুৰ বাহাদুৰ বাহাদুৰ
বাহাদুৰ বাহাদুৰ বাহাদুৰ বাহাদুৰ



Credits
Writer(s): Raj Dweep, Arupjyoti Baruah
Lyrics powered by www.musixmatch.com

Link