Boroxa Jetiya Name

সপোনৰে শেষ নাই
মৰমৰো শেষ নাই
তোমাৰ বাবে মই জী উঠো
তুমি বিনে যাওঁ ক'লৈ
ঘূৰি আহো তোমালৈ
পোহৰ প্ৰণয়ৰ বিচাৰো
হৃদয়ৰে কথাবোৰে
আকাশকো গৈ চুমিব খোজে
ডাৱৰৰে বুকু ফালি
মৰমৰে নৈ বোৱা যেন লাগে
বৰষা যেতিয়া নামে
বৰষা যেতিয়া নামে
বৰষা যেতিয়া নামে
বৰষা যেতিয়া নামে...
তুমি মোৰ
তুমি মোৰ
বুকুতে বাজে সুৰ
উজাগৰ কলমত
তোমাৰ কবিতা
জীৱনৰ অজুহাত
উশাহৰ তুমি বাট
তুমি মোৰ কলিজাৰ প্ৰণয় শলিতা
সময় ৰৈ যায়
জুমি জুমি কিনো চাই
সপোন এই বুকুত
বাঢ়ি বাঢ়ি বাঢ়ি যায়
সপোনৰে শেষ নাই
মৰমৰো শেষ নাই
তোমাৰ বাবে মই জী উঠো
তুমি বিনে যাওঁ ক'লৈ
ঘূৰি আহো তোমালৈ
পোহৰ প্ৰণয়ৰ বিচাৰো
হৃদয়ৰে কথাবোৰে
আকাশকো গৈ চুমিব খোজে
ডাৱৰৰে বুকু ফালি
মৰমৰে নৈ বোৱা যেন লাগে
বৰষা যেতিয়া নামে
বৰষা যেতিয়া নামে
বৰষা যেতিয়া নামে
বৰষা যেতিয়া নামে...



Credits
Writer(s): Poran Borkotoky, Rajdweep
Lyrics powered by www.musixmatch.com

Link