Pakhuri

নোৱাৰি নোৱাৰি থাকিব নোৱাৰি।
আৱৰি আৱৰি ধৰিছে আৱৰি।।
ওপছি পৰিছো মৰমতে আজি।।

কিজে হ'ব ভয়ে লাগে ভাবিবলে।
কেনেবাকৈ তুমি মই আমি নহ'লে।।

কান্দিবও নোৱাৰিম মই তেনেহলে।
নিচুকাব কোনে মোক তুমি নহ'লে।।



Credits
Writer(s): Palash Gogoi, Rituv Hazarika
Lyrics powered by www.musixmatch.com

Link