Bokul Phulor Dire

বকুল ফুলৰ দৰে
জোনাকৰ পখী উৰে
বকুল ফুলৰ দৰে
জোনাকৰ পখী উৰে
এন্ধাৰে এন্ধাৰে
বকুল ফুলৰ দৰে

নীলিমাৰ আচঁলেৰে টোপে টোপে
নীলিমাৰ আচঁলেৰে টোপে টোপে
চকুপানী সৰে
বকুল ফুলৰ দৰে মনৰ নিজানত
অকলশৰে
অকলশৰে

আকাশৰ সিপাৰে আকাশৰ সিপাৰে
আকাশৰ সিপাৰে
ৰৈ আছে মোৰ আকাশ
নীৰৱে
বকুল ফুলৰ দৰে
মনৰ নিজানত
অকলশৰে
অকলশৰে



Credits
Writer(s): Zubeen Garg
Lyrics powered by www.musixmatch.com

Link