Anamika

অনামিকা, কি যে মৰম দিলি!
নীল-নয়নী, মন মোহে নিলি
অনামিকা, কি যে মৰম দিলি!
নীল-নয়নী, মন মোহে নিলি

অবতো দিন-ৰাইত তোৰে সপনা সাজাই
অবতো দিন-ৰাইত তোৰে সপনা সাজাই
তোৰে লিয়ে মই গীত গাই

অনামিকা, কি যে মৰম দিলি!
নীল-নয়নী, মন মোহে নিলি

ভাদৰ মাসে কৰ্মা সালে নেনো সে নেন মিলালে
হৃদয়েৰ ভাষা কেলে বুজি নাই, চোখে-চোখে বোলা ঐ কথা?
ভাদৰ মাসে কৰ্মা সালে নেনো সে নেন মিলালে
হৃদয়েৰ ভাষা কেলে বুজি নাই, চোখে-চোখে বোলা ঐ কথা?

জীৱনেৰ-মৰণেৰ সাথি তুই, যাবিনা মোকে চাৰে
জীৱনেৰ-মৰণেৰ সাথি তুই, যাবিনা মোকে চাৰে
হৃদয়ে ৰাখিছি তোকে সাজাই

অনামিকা, কি যে মৰম দিলি!
নীল-নয়নী, মন মোহে নিলি
অনামিকা, কি যে মৰম দিলি!
নীল-নয়নী, মন মোহে নিলি

তোৰে নাম দিল মে লিখি, তোকে ভাবি দিন-ৰাইত
তোৰে লিয়ে মই গীত ৰচেছি, তোৰে লিয়ে গীত গাই যে মই
তোৰে নাম দিল মে লিখি, তোকে ভাবি দিন-ৰাইত
তোৰে লিয়ে মই গীত ৰচেছি, তোৰে লিয়ে গীত গাই যে মই

কবে হবি, ও প্ৰিয়া, আমাৰ আপোন জীয়া?
কবে হবি, ও প্ৰিয়া, আমাৰ আপোন জীয়া?
হৃদয়ে ৰাখিছি তোকে সাজাই

অনামিকা, কি যে মৰম দিলি!
নীল-নয়নী, মন মোহে নিলি
অনামিকা, কি যে মৰম দিলি!
নীল-নয়নী, মন মোহে নিলি

অবতো দিন-ৰাইত তোৰে সপনা সাজাই
অবতো দিন-ৰাইত তোৰে সপনা সাজাই
তোৰে লিয়ে মই গীত গাই

ওঁ-ওঁ-ওঁ-ওঁ, ওঁ-ওঁ-ওঁ লা-লা-লা
লা-লা-লা-লা, লা-লা-লা-লা-লা
ওঁ-ওঁ-ওঁ-ওঁ, ওঁ-ওঁ-ওঁ, ওঁ-ওঁ-ওঁ



Credits
Writer(s): Zubeen Garg
Lyrics powered by www.musixmatch.com

Link