Suma Poroxote

চুমা পৰাশতে

(আপলোড:-প্ৰকাশ ৰাজ)

চুমা পৰাশতে একে হয় দুটি জীৱন
চুমা পৰাশতে উজলে কত জীৱন
চুমা পৰাশতে একে হয় দুটি জীৱন
চুমা পৰাশতে উজলে কত জীৱন

চুমাই দি যাই সমিধান
চুমাই দি যাই পতিদান
চুমাই দি যাই সমিধান
চুমাই দি যাই পতিদান

চুমা পৰাশতে একে হয় দুটি জীৱন
চুমা পৰাশতে উজলে কত জীৱন

জীৱন মৰুত বৰষা আনে
এটি চুমাৰ পৰশে
এন্ধাৰ বাটত পথ দেখুৱাই
সেই চুমাৰ পৰশে
জীৱন মৰুত বৰষা আনে
এটি চুমাৰ পৰশে
এন্ধাৰ বাটত পথ দেখুৱাই
সেই চুমাৰ পৰশে

ছুমাত থাকে কত সৃষ্টি
কত শান্তি
ছুমাত থাকে কত সৃষ্টি
কত কৃতি

চুমাৰ পৰশত পূৰ্ণ হয়
জীৱন তৃষ্ণা
এটি চুমাই ম্লান কৰে
সকলো হিংসা
চুমাৰ পৰশত পূৰ্ণ হয়
জীৱন তৃষ্ণা
এটি চুমাই ম্লান কৰে
সকলো হিংসা

চুমাৰ স্পন্দন শুকালে
চুমাৰ বান্ধোন বুজালে
চুমাৰ স্পন্দন শুকালে
চুমাৰ বান্ধোন বুজালে

চুমাৰ চুমাৰ চুমাৰ
বান্ধোন বুজালে
চুমাৰ চুমাৰ চুমাৰ
বান্ধোন বুজালে

-----–---------------------সমাপ্ত------------------
ফেচবুক:-প্ৰকাশ ৰাজ
ফেচবুক ত লগ ইন কৰক (আছাঁমিছ লিৰিক্স চং)লগতে
লাইক কৰি দিব।আৰু মোৰ য়ুটোৱ চেনেলতো চাবক্ৰচব



Credits
Writer(s): Pulak, Manisha
Lyrics powered by www.musixmatch.com

Link