Japi Barakhunot Lage Oi

বাতি ভৰাই চিৰা খাবি
বাঁহৰ চুঙাৰ দৈ
বাঁহৰ চুঙাৰ দৈ ঐ
বাঁহৰ চুঙাৰ দৈ
জুহালতে জুতি লবি
সাঁজৰ বাতি লৈ
সাঁজৰ বাতি লৈ ঐ
সাঁজৰ বাতি লৈ
বাতি ভৰাই চিৰা খাবি
বাঁহৰ চুঙাৰ দৈ
বাঁহৰ চুঙাৰ দৈ ঐ
বাঁহৰ চুঙাৰ দৈ
জুহালতে জুতি লবি
সাঁজৰ বাতি লৈ
সাঁজৰ বাতি লৈ ঐ
সাঁজৰ বাতি লৈ
বিয়া পাতি জুতি লবি
জাৰৰ দিনত ঐ
কেঠা কমবল লৈ ঐ
কেঠা কমবল লৈ ।
পইতাখৰ পৰা খাবি
জুতি পুতি লৈ
জুতি পুতি লৈ ঐ
জুতি পুতি লৈ
দৰা বাছি বাছি থবি
গাভৰুতে ঐ
গাভৰুতে ঐ ঐ
গাভৰুতে ঐ
পইতাখৰ পৰা খাবি
জুতি পুতি লৈ
জুতি পুতি লৈ ঐ
জুতি পুতি লৈ
দৰা বাছি বাছি থবি
গাভৰুতে ঐ
গাভৰুতে ঐ ঐ
গাভৰুতে ঐ ।
বিয়া পাতি জুতি লবি
জাৰৰ দিনত ঐ
কেঠা কমবল লৈ ঐ
কেঠা কমবল লৈ ।
কেঠা কমবল লৈ ঐ
কেঠা কমবল লৈ ।
মুঠি ভৰাই ফুল আনিবি
জবা খৰিকা জাই
জবা খৰিকা জাই ঐ
জবা খৰিকা জাই ।
মোনা ভৰাই শাক অানিবি
লফা ধেকিয়া লাই
লফা ধেকিয়া লাই ঐ
লফা ধেকিয়া লাই ।
মুঠি ভৰাই ফুল আনিবি
জবা খৰিকা জাই
জবা খৰিকা জাই ঐ
জবা খৰিকা জাই ।
মোনা ভৰাই শাক অানিবি
লফা ধেকিয়া লাই
লফা ধেকিয়া লাই ঐ
লফা ধেকিয়া লাই ।
ছোৱালী আনিবি ককাই
তপিনা ডাঙৰ চাই
তেহে বেছি দিন জাই ঐ
তেহে বেছি দিন জাই ।
তেহে বেছি দিন জাই ঐ
তেহে বেছি দিন জাই ।
লাজুকী বন নুচুবি ককাই
চুলে জই পৰে
চুলে জই পৰে ঐ
চুলে জই পৰে ।
দমৰা ডেকাই ছোৱালী জোকোবি
ডাহি মাৰি ফুৰে
ডাহি মাৰি ফুৰে ঐ
ডাহি মাৰি ফুৰে ।
লাজুকী বন নুচুবি ককাই
চুলে জই পৰে
চুলে জই পৰে ঐ
চুলে জই পৰে ।
দমৰা ডেকাই ছোৱালী জোকোবি
ডাহি মাৰি ফুৰে
ডাহি মাৰি ফুৰে ঐ
ডাহি মাৰি ফুৰে ।
বিয়া পতাৰ দুদিনতে কেলে
শুকাই পৰে ।
অাধামৰা যেন লাগে ঐ
অাধামৰা যেন লাগে ।
অাধামৰা যেন লাগে ঐ
অাধামৰা যেন লাগে ।
অাধামৰা যেন লাগে ঐ
অাধামৰা যেন লাগে ।



Credits
Writer(s): Manas Robin, Traditional
Lyrics powered by www.musixmatch.com

Link