Kahi Bati

কাঁহী বাতি ঘটি লোটা লৈ
কাঁহী বাতি ঘটি লোটা লৈ
থাকা হিচাপ কৰি দিন
আহিম এ মই এদিন
মোৰে নাও ভটিয়াই
নৌকা ভৰাই
আনিম এ মা
ভৰ বাৰিষাৰে নদী দেখি
নাখাবা ভয় পদুমী



Credits
Writer(s): Zubeen Garg
Lyrics powered by www.musixmatch.com

Link