Eapah Phulere Mala

মৰমে নেমানে মৰমে নুবুজে
মৰমে কলিজা খাই ঐ
জানা নে জানা নে
মৰম এনেকুৱাই ঐ
মৰম এনেকুৱাই ঐ

এপাহ ফুলেৰে মালা গাঁঠিব নোৱাৰি
অকলশৰে জীৱন কটাব নোৱাৰি
এপাহ ফুলেৰে মালা গাঁঠিব নোৱাৰি
অকলশৰে জীৱন কটাব নোৱাৰি
মইনা জান ঐ মইনা জান ঐ মইনা জান ঐ ঐ ঐ
তুমি বুজিছানে নাই ঐ
জীৱন ভাটি দিছে ঐ

এমাহ দুমাহ কৰি বছৰ যায় বাগৰি
তথাপিও জানা দিয়া নাই সহাৰি
এমাহ দুমাহ কৰি বছৰ যায় বাগৰি
তথাপিও জানা দিয়া নাই সহাৰি
মইনা জান ঐ মইনা জান ঐ মইনা জান ঐ ঐ ঐ
মৰমে কলিজা খাই ঐ
জানা নে নাই সচাকৈ

(অলপ চেষ্টা কৰি চালো অসমীয়া গীতৰ কথা লিখি ভুল হলে ক্ষমা কৰি দিয়ে যেন)

ৰঙা গোলাপ কলি গলে ঐ মৰহি
নকৰে যে আদৰ
কোনেও কিজানি
ৰঙা গোলাপ কলি গলে ঐ মৰহি
নকৰে যে আদৰ
কোনেও কিজানি
মইনা জান ঐ মইনা জান ঐ মইনা জান ঐ ঐ ঐ
মন ও হব যে সলনি ঐ
মৰমো মৰহি যায় ঐ

মৰহা ফুলৰে মালা গাঁঠো বুলি
যদি আহে কোনো তেনেহে কিজানি
মৰহা ফুলৰে মালা গাঁঠো বুলি
যদি আহে কোনো তেনেহে কিজানি
মইনা জান ঐ মইনা জান ঐ মইনা জান ঐ ঐ ঐ
জিৱনৰে লগৰি ঐ
লমে মই ও আদৰি

এপাহ ফুলেৰে মালা গাঁঠিব নোৱাৰি
অকলশৰে জীৱন কটাব নোৱাৰি
অকলশৰে জীৱন কটাব নোৱাৰি
এপাহ ফুলেৰে মালা গাঁঠিব নোৱাৰি
অকলশৰে জীৱন কটাব নোৱাৰি
মইনা জান ঐ মইনা জান ঐ মইনা জান ঐ ঐ ঐ
তুমি বুজিছানে নাই ঐ
জীৱন ভাটি দিছে ঐ
তুমি বুজিছানে নাই ঐ
জীৱন ভাটি দিছে ঐ
তুমি বুজিছানে নাই ঐ
জীৱন ভাটি দিছে ঐ



Credits
Writer(s): Manas Robin, Traditional
Lyrics powered by www.musixmatch.com

Link