Kumol Kumol

আইজৈ লক্ষীমাই...
অ দেহিঐ
লখিমপুৰ ধেমাজী
যোৰহাট মাজুলি
অ' শিৱসাগৰ ঘূৰিলো অ' মই
হাঐ, দুলীয়াজানৰ লক্ষীমাই
তয়ে মোৰ দেহা মাই অ'
অ' তোৰে মান ধুনীয়া নাই

অ' লক্ষীমাই
কোমল, কোমল ঐ কোমল, কোমল
কোমল, কোমল তোৰে কোমল বুকুখনি
অ' অ' অ' মৰম
চুই চাং, চুই চাং, চুই চাং, চুই চাং
চুই চাং, চুই চাং লাগিছে
চুই চাং, চুই চাং লাগিছে মোৰ

কোমল, কোমল তোৰে কোমল বুকুখনি
অ' অ' অ' মৰম
চুই চাং, চুই চাং, চুই চাং, চুই চাং
চুই চাং, চুই চাং লাগিছে
চুই চাং, চুই চাং লাগিছে মোৰ

কোমল, কোমল মোৰে কোমল অন্তৰ খনি
অ' অ' অ' মৰম
তোকে দিব বিচাৰোঁ
অ' অ' অ' মৰম
তোকে দিব বিচাৰোঁ
অ' অ' অ' মৰম
ভাল পাং, ভাল পাং, ভাল পাং, ভাল পাং,
ভাল পাং, ভাল পাং লাগিছে
ভাল পাং, ভাল পাং লাগিছে তোক

কোমল, কোমল কোমল, কোমল
কোমল, কোমল তোৰে কোমল কথা শুনি
অ' অ' অ' মৰম
মৰি যাং, মৰি যাং, মৰি যাং, মৰি যাং
মৰি যাং, মৰি যাং লাগিছে
মৰি যাং, মৰি যাং লাগিছে মোৰ

কোমল, কোমল তোৰে কোমল কথা শুনি
অ' অ' অ' মৰম
মৰি যাং, মৰি যাং, মৰি যাং, মৰি যাং
মৰি যাং, মৰি যাং লাগিছে
মৰি যাং, মৰি যাং লাগিছে মোৰ

কোমল, কোমল তোৰে কোমল মৰম বোৰ
অ' অ' অ' মৰম
মোকে বাৰু দিবিনে
অ' অ' অ' মৰম
তোকে দেখি জাগিছে
অ' অ' অ' মৰম
ভাল পাং, ভাল পাং, ভালে পাং, ভাল পাং
ভাল পাং, ভাল পাং লাগিছে
ভাল পাং, ভাল পাং লাগিছে তোক

দেহিঐ, কোমল, কোমল
কোমল, কোমল
কোমল, কোমল তোৰে কোমল দুগালতে
চুমা খাং, চুমা খাং, চুমা খাং, চুমা খাং
চুমা খাং, চুমা খাং লাগিছে
চুমা খাং, চুমা খাং লাগিছে মোৰ
কোমল, কোমল তোৰে কোমল দুগালতে
চুমা খাং, চুমা খাং, চুমা খাং, চুমা খাং
চুমা খাং, চুমা খাং লাগিছে
চুমা খাং, চুমা খাং লাগিছে মোৰ

কোমল, কোমল তোৰে কোমল চাৱনীয়ে
অ' অ' অ' মৰম
বলিয়া মোক কৰিলে
অ' অ' অ' মৰম
বলিয়া মোক কৰিলে
অ' অ' অ' মৰম
লৈ যাং, লৈ যাং, লৈ্য়ে যাং, লৈ যাং
লৈ যাং, লৈ যাং লাগিছে
লৈ যাং, লৈ যাং লাগিছে তোক

ঐ পেটুকণা,
কোমল, কোমল (ৰেচ গেচ গেচ গেচ)
কোমল, কোমল
কোমল, কোমল তোৰে কোমল কলিজা
অ' অ' অ' মৰম
চুই চাং, চুই চাং, চুই চাং, চুই চাং
চুই চাং, চুই চাং লাগিছে
চুই চাং, চুই চাং লাগিছে মোৰ

কোমল কোমল তোৰে কোমল মৰমে
অ' অ' অ' মৰম
মোৰে নো মন মুহিলে
অ' অ' অ' মৰম
তোৰে লগত সঁচায়ে
অ' অ' অ' মৰম
গুচি যাং, গুচি যাং, গুচি যাং, গুচি যাং
গুচি যাং, গুচি যাং লাগিছে (ঐ লৈ যাম ঐ)
গুচি যাং, গুচি যাং লাগিছে মোৰ (মৰম মৰম)
হেই, গুচি যাং, গুচি যাং লাগিছে
গুচি যাং, গুচি যাং লাগিছে মোৰ
গুচি যাং, গুচি যাং লাগিছে
গুচি যাং, গুচি যাং লাগিছে মোৰ



Credits
Writer(s): Ajoy Phukan
Lyrics powered by www.musixmatch.com

Link