Nao Loi Aahim - Original

নাও লৈ অনিম গৈ বোকাৰে পদুম ঐ
হাতুৰি আনিম গৈ তোক
তোৰে মৰমৰে সৰগী পৰসে
সাহসী কৰিছে মোক
নাও লৈ অনিম গৈ বোকাৰে পদুম ঐ
হাতুৰি আনিম গৈ তোক
তোৰে মৰমৰে সৰগী পৰসে
সাহসী কৰিছে মোক

ৰৈয়া ৰৈ
ৰৈয়া ৰৈ

instrumental

হলে হওঁক বৰ নৈ
ভয় নাই ভয় নাই মোৰ
দুবাহুত শিপাইছে মৰমে মৰমে তোক
হলে হওঁক বৰ নৈ
ভয় নাই ভয় নাই মোৰ
দুবাহুত শিপাইছে মৰমে মৰমে তোক
দুবাহু মেলি সাঁতুৰি নাদুৰি
দুবাহু মেলি সাঁতুৰি নাদুৰি

বোকা পানী নেওচি কাষৰলে আনি
বোকা পানী নেওচি কাষৰলে আনি
ৰাখিম বুকুতে তোক

ৰৈয়া ৰৈ
ৰৈয়া ৰৈ

instrumental

ইকোৰা বিৰিনায় দিব দলিচা পাৰি
নৈৰে বোকাৰে লম ঠাই মচি
ইকোৰা বিৰিনায় দিব দলিচা পাৰি
নৈৰে বোকাৰে লম ঠাই মচি
জোনাকে যাচিব ফুলে পাহ জোনালী
জোনাকে যাচিব ফুলে পাহ জোনালী

মৰমে মৰমক পাবই বিচাৰি
মৰমে মৰমক পাবই বিচাৰি
হেপাহৰ নপলায় ভও

ৰৈয়া ৰৈ
ৰৈয়া ৰৈ

নাও লৈ অনিম গৈ বোকাৰে পদুম ঐ
হাতুৰি আনিম গৈ তোক
তোৰে মৰমৰে সৰগী পৰসে
সাহসী কৰিছে মোক
নাও লৈ অনিম গৈ বোকাৰে পদুম ঐ
হাতুৰি আনিম গৈ তোক
তোৰে মৰমৰে সৰগী পৰসে
সাহসী কৰিছে মোক

ৰৈয়া ৰৈ
ৰৈয়া ৰৈ



Credits
Writer(s): Zubeen Garg
Lyrics powered by www.musixmatch.com

Link