Tejore Kamalapati

তেজৰে কমলাপতি
পৰভাতে নিন্দ
তেৰি চান্দ মুখপেখু
অ' উঠৰে... গোবিন্দ
তেজৰে কমলাপতি
পৰভাতে নিন্দ
ৰজনী বিদূৰ দিশ
ধৱলী বৰণ!
তিমিৰফেৰিয়াবাজ
ৰবিৰ কিৰণ.
শতপত্ৰ বিকশিত
ভ্ৰমৰ উৰাই!
ব্ৰজবধু দধিমতে
তোৱাগুণ লাই.
দাম-সুদামে ডাকে .
তেৰী লৈ.য়া না.ম
হেৰ দেখ. উঠিয়া...
আসি.ল বল ৰা.ম

নন্দ গেল বাথানে...
গোৱাল গে... ল পালে.
সুৰভী চাৰিতে লাগে
উঠৰে... গোপা... ল

ক্ষীৰ লৱণু লৈয়া
শিঙা বেত বেণু
সকালে মেলিও বত্স
হাম্বেলাৱে বেনু
কহয় মাধৱ মাই
কিনো তপ সাই.লা
ত্ৰিজগত পতি হৰি .
ৰাখোৱাল পাইলা.
তেজৰে কমলাপতি
পৰভাতে নিন্দ ৷৷



Credits
Writer(s): Bhupen Hazarika
Lyrics powered by www.musixmatch.com

Link