Rati Rati

ৰাতি ৰাতি সোণ
মোৰ সপোনবোৰে
খেদি খেদি মোক
আকৌ শুই পৰে
পোহৰ পোহৰ মোৰ
প্ৰতিটো পুৱা জাগে
তোমাৰ কথা ভাবি
তোমালেই লৰ মাৰে

নেজানো কত তুমি থাকা
নেজানো মই কত থাকো
জানো মাথো আমি থাকো
সপোন ভাজত

ৰাতি ৰাতি সোণ
মোৰ সপোনবোৰে
খেদি খেদি মোক
আকৌ শুই পৰে

নিথৰ ৰাতি তোমাৰ বুকুৰ
শব্দ শুনো মই
তুমি চাগে এনেকুৱাই
এনধাৰ পথত জোনাক ৰাতি
খোজে খোজে মই
তুমি চাগে এনেকুৱাই

নেজানো কত তুমি থাকা
নেজানো মই কত থাকো
জানো মাথো আমি থাকো
সপোন ভাজত

ৰাতি ৰাতি সোণ
মোৰ সপোনবোৰে
খেদি খেদি মোক
আকৌ শুই পৰে

দুঃখৰ বিষৰ চেনেহবোৰো
উবূৰিয়াই দিয়া
তুমিতো এনেকুৱাই
বোকাত পদুম ফুলাৰ দৰেই
জুবূৰিয়াই দিয়া
ফুলি আছো তেনেকুৱাই

নেজানো কত তুমি থাকা
নেজানো মই কত থাকো
জানো মাথো আমি থাকো
সপোন ভাজত

ৰাতি ৰাতি সোণ
মোৰ সপোনবোৰে
খেদি খেদি মোক
আকৌ শুই পৰে
নানা নাৰা নেৰে নানা ৰেণানা
নেৰে নেৰে নেৰে নে

নেজানো কত তুমি থাকা
নেজানো মই কত থাকো
জানো মাথো আমি থাকো
সপোন ভাজত

ৰাতি ৰাতি সোণ
মোৰ সপোনবোৰে
খেদি খেদি মোক
আকৌ শুই পৰে



Credits
Writer(s): Zubeen Garg
Lyrics powered by www.musixmatch.com

Link