Tumaloi Bate Sai

তোমালৈ বাটে চাই দুচক খুকালে
সময়ো যাযাবৰ হল
আবেগৰ জোৱাৰত বাউলি মন
হেঁপাহৰ দোমোজাত থমকা ক্ষণ

মৌন মনৰ মৌন বননিত
ঠুনুকা খোজৰ নিচুকনি
কোনেনো শুনিব কোনেনো বুজিব
অসহায় প্ৰণয়ৰ উচুপনি
দুচকুৰ তাড়নাত তোমাৰেই গান
বুকুৰে পথাৰত নুফুটা ধান

বকুলৰ কলিজাৰ সুবাসু উকা
তুমিযে নাহিলা গধূলিৰ বেলিকা
জোনাকী পোহৰৰ মনো সেমেকা
ফুটুকী হৰিণা তুমিতো নাজানা
দুচকুৰ তাড়নাত...



Credits
Writer(s): Nilotpal Bora, Santanu Rowmuria
Lyrics powered by www.musixmatch.com

Link