Gaanore Patharote

You never never give it up
You never never feel alone

গানৰে পথাৰতে শস্য সিচি নাভাগৰো কোনো কালেই মই
সুৰৰে সাগৰতে ডিঙা মেলি যামে গৈ অসীমলে বৈ ²
বাংময় এই জীৱন
সুৰেৰে সজালোঁ
উন্মাদ মোৰ সময়
গানেৰে গুঠিলোঁ
গানেৰে দিব খোজো সকলোকে সৰগৰে শত আভা মই
You never never give it up
You never never feel alone

মই পোহৰৰ লেলিহান একুৰা জোনাকী জুই
মই মানুহৰ সমিধান সুৰীয়া সুবাসী নৈ
যুঁজিবলে গান মোৰ শকতি
নালাগে মোক কোনো কালেই আহৰি
আনিমেই সুখ মই এদিন আধাৰি
জগত উজলামে আজীৱন মই

You never never give it up
You never never feel alone



Credits
Writer(s): Zubeen Garg, Sasanka Samir
Lyrics powered by www.musixmatch.com

Link